Latest Updates
Book Release [06-12-2025]
অসম শিশু সাহিত্য ন্যাসৰ কাৰ্যালয়ত ৬-১২-২০২৫ তাৰিখে ন্যাসৰ স্থায়ী সভাপতি, অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়া; উপ-সভাপতি, সুসাহিত্যিক শ্ৰী অৰূপ কুমাৰ দত্ত ডাঙৰীয়া আৰু সদস্য ড° হিতেশ ডেকা ডাঙৰীয়াৰ উপস্থিতিত ৫২খন শিশু গ্ৰন্থৰ শুভ উন্মোচন কৰা হয়। উল্লেখযোগ্য যে- অসমভিত্তিত শিশু সাহিত্য ন্যাসে তিনিটা শাখাত আয়োজন কৰা পাণ্ডুলিপি প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক এই সভাতেই … Read more
অসম প্ৰকাশন পৰিষদ ভৱনত ন্যাসে আয়োজন কৰা শিশু সাহিত্যিক সমাৰোহ (২০-০২-১৯৯৭) [Children’s Literary Trust, Assam]
অসম প্ৰকাশন পৰিষদ ভৱনত ন্যাসে আয়োজন কৰা শিশু সাহিত্যিক সমাৰোহ (২০-০২-১৯৯৭)
২০২১-২০২২ চনত অসম শিশু সাহিত্য ন্যাসৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ [Children’s Literary Trust, Assam]
২০২১-২০২২ চনত অসম শিশু সাহিত্য ন্যাসৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ [Children’s Literary Trust, Assam]
২০১৯—২০ চনত অসম শিশু সাহিত্য ন্যাসৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ (Children’s Literary Trust, Assam)
২০১৯—২০২০ চনত অসম শিশু সাহিত্য ন্যাসৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ (Children’s Literary Trust, Assam)
২০১৮—১৯ চনত অসম শিশু সাহিত্য ন্যাসৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ (Children’s Literary Trust, Assam)
২০১৮—১৯ চনত অসম শিশু সাহিত্য ন্যাসৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ (Children’s Literary Trust, Assam)
গ্ৰন্থমেলাত অসম শিশু সাহিত্য ন্যাস
১. ১৯৮৯ চনৰ চতুৰ্থ গুৱাহাটী গ্ৰন্থমেলাত (লতাশিল খেলপথাৰ) ২. জজ খেলপথাৰত ৩. জজ খেলপথাৰত ৪. শংকৰদেৱ কলাক্ষেত্ৰত ৫. চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত
অসম শিশু সাহিত্য ন্যাসৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত শিশু দিৱস পালন (লতাশিল খেলপথাৰ, ১৪-১১-২০১৬)
১। উপস্থিত থকা শিশুসকলৰ একাংশ ২। বিশেষ মুহূৰ্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৩। ভাষণৰত অৱস্থাত হৃষীকেশ গোস্বামী ৪। গ্ৰন্থ উন্মোচনৰ মুহূৰ্তত ডঃ হিতেশ ডেকা, প্ৰীতম শইকীয়া, ডঃ এম অংগমুথু, শান্তনু ভৰালী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সিদ্ধাৰ্থ ভট্টাচাৰ্য, মৃগেন শৰণীয়া, হৃষীকেশ গোস্বামী, অৰূপ কুমাৰ দত্ত, হীৰেন নাথ।