ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী

//

Children's Literary Trust, Assam

ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে অসম শিশু সাহিত্য ন্যাসৰ উদ্যোগত ধেমাজি জিলা ভিত্তিত বক্তৃতা প্রতিযোগিতা, বিষয়- ‘জ্ঞানেই শক্তি’
স্থান- ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়, তাৰিখ- ৫ ডিচেম্বৰ, ২০২৪